চাকৰি খবৰ – আবেদন কৰক ১১৭৩৩ টা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মুকলি হোৱা খালী পদত

নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়ক

অসম চৰকাৰৰ কেইবাটাও  বিভাগে নিষুক্তি দিবৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰি বিভাগীয় কত্তৃপক্ষই অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ তলত বিজ্ঞাপনৰ চমু আৰু গুৰুত্বপূৰ্ণ তথ্য যেনে পদসমূহৰ নাম, শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, দৰমহা, ইণ্টাৰভিউৰ তাৰিখ তথা স্থান, কিদৰে আবেদন কৰিব লাগিব, আবেদন মাচুল আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷

assam-goverment-jobs

অসম চৰকাৰৰ নিষুক্তি  ২০২১

১. জিলা আৰু সত্ৰ ন্যায়াধীশ ত চাকৰি –

ডিপাৰ্টমেণ্ট জিলা আৰু সত্ৰ ন্যায়াধীশ, চৰাইদেউ
পদ পিয়ন, চকীদাৰ,ড্ৰাইভাৰ,ছুইপাৰ আদি কৰি বহুতো
অৰ্হতা  ৮ পাছ
আবেদনৰ অন্তিম তাৰিখ ০৫-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

২. উপায়ুক্তৰ কাৰ্যালয় ত  নতুন চাকৰিৰ বাবে বিজ্ঞাপন মুকলি –

ডিপাৰ্টমেণ্ট উপায়ুক্তৰ কাৰ্যালয়, নগাও
পদৰ সংখ্যা ৮২ টা 
অৰ্হতা  ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ ০৫-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৩. অসমৰ শিক্ষা বিভাগত চাকৰি –

ডিপাৰ্টমেণ্ট প্ৰাথমিক শিক্ষা সঞ্চালকালয়
পদৰ সংখ্যা ৯৩৫৪ টা
পদৰ নাম শিক্ষক
আবেদনৰ অন্তিম তাৰিখ ২৭/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৪. অসম চৰকাৰৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত চাকৰি –

ডিপাৰ্টমেণ্ট  ফৰেনচিক বিজ্ঞান সঞ্চালকালয়
পদৰ সংখ্যা ০৭ টা 
অৰ্হতা  ৮ পাছৰ পৰা
আবেদনৰ অন্তিম তাৰিখ ১২-১০-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৫. উপায়ুক্তৰ কাৰ্যালয় কামৰূপ ত  চাকৰি –

ডিপাৰ্টমেণ্ট উপায়ুক্তৰ কাৰ্যালয়, কামৰূপ
পদৰ সংখ্যা ০৪ টা 
অৰ্হতা  ৮ ক্ ১০ পাছ
আবেদনৰ অন্তিম তাৰিখ ৩০-০৯-২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

৬. মাধ্যমিক শিক্ষা সঞ্চালকালয়ত চাকৰি –

ডিপাৰ্টমেণ্ট মাধ্যমিক শিক্ষা সঞ্চালকালয়
পদৰ সংখ্যা ২২৭২ টা
পদৰ নাম শিক্ষক
আবেদনৰ অন্তিম তাৰিখ ২০/১০/২০২১
অনলাইন  আবেদন ইয়াত ক্লিক কৰক

বিঃদ্ৰঃ আবেদনকাৰীসকলৈ বিনম্ৰ অনুৰোধ যাতে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নটিফিকেশ্বন তথা অনান্য নিয়মাৱলীসমূহ ভালদৰে পঢ়ি লয়। আমাৰ ৱেবছাইট কোনোধৰণৰ নিযুক্তিৰ লগত জঢ়িত নহয়, আমি মাথো নিয়োগ বাতৰিসমূহ আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰচাৰ তথা প্ৰকাশ কৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *